দৰঙত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত ১৫ যাত্ৰী

 দৰঙত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত ১৫ যাত্ৰী

দলগাঁৱৰ পৰা হাছান আলী

দৰঙৰ ঝাৰগাঁৱত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। আজি দিনৰ প্ৰায় ১২ বজাত এখন যাত্রীবাহী আলট্ৰা বাছে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। গাড়ীত থকা প্ৰায় ১৫জনতকৈ অধিক লোক আহত হোৱাৰ বিপৰীতে দুজনৰ অৱস্থা সংকটজনক।

 দৰঙত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত ১৫ যাত্ৰী

আহত লোককেইজনক স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। গাড়ীখনৰ নম্ব এ এছ-১৩ চি-৫৯৫৫৷ 
 

Your Comments