গোলাঘাটত ভোটাৰ দিৱস উপলক্ষে সামূহিক দৌৰ

গোলাঘাটত ভোটাৰ দিৱস উপলক্ষে সামূহিক দৌৰ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে পুৱা সামূহিক দৌৰঅনুষ্ঠিত হয়৷ ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ৰং-তুলিকাৰে সকলো শ্ৰেণীৰ ৰাইজক নিজৰ মূল্যৱান ভোটদানেৰে দেশৰ প্ৰগতিত অংশদাৰী হৈ সমাজখনক আগবঢ়াই নিবলৈ সজাগতা সৃষ্টি কৰে। আজি অনুষ্ঠিত সামূহিক দৌৰত গোলাঘাটৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ক্ৰীড়া সংগঠক আৰু স্থানীয় লোকসকলে অংশগ্ৰহণ কৰে।

Your Comments