বিলাসীপাৰাত গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি

বিলাসীপাৰাত গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম

আগন্তুক গণৰাজ্য দিৱসৰ মাজত এটা দিন বাকী থকা অৱস্থাত বিলাসীপাৰাত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰে ৰাজহুৱা খেলপথাৰত গণৰাজ্য দিৱস উদ্‌যাপন উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। উক্ত কাৰ্যসূচী অনুসৰি বিলাসীপাৰাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰে।

বিলাসীপাৰাত গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি

শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন, বিলাসীপাৰাৰ ছাত্ৰৰ এটা গোটৰ দ্বাৰা পৰিবেশন কৰা ঘোষ বাদ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 
 

Your Comments