গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
গোলাঘাটৰ গাড়ীগাঁওবাসীয়ে আজি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। গঞা ৰাইজে জাতিৰ মানস্বৰূপ গামোচাখনিত বিধেয়কৰ বিৰুদ্ধে শ্লোগান লিখি ধ্বজা হিচাপে গাঁৱৰ প্ৰতি ঘৰৰ পদূলিয়ে পদূলিয়ে উৰুৱায়৷ ইয়াৰ দ্বাৰা চৰকাৰে গৃহীত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সজাগতা সৃষ্টি কৰে।
- Log in to post comments
- 12 views