ছিপাঝাৰত ম্যাদ উকলা ঔষধ খাই অসুস্থ গৰ্ভৱতী মহিলা

 ছিপাঝাৰত ম্যাদ উকলা ঔষধ খাই অসুস্থ গৰ্ভৱতী মহিলা

দৰং জিলাৰ ছিপাঝাৰত স্বাস্থ্য বিভাগৰ গাফিলতিত অসুস্থ হৈ পৰে এগৰাকী গৰ্ভৱতী মহিলা৷ ছিপাঝাৰৰ কাউৰপৰী উপ-স্বাস্থ্য কেন্দ্ৰৰ পৰা মহিলাগৰাকীক দিয়া হৈছিল ম্যাদ উকলা ঔষধ৷ ঔষধ খাই মহিলাগৰাকী অসুস্থ হৈ পৰে৷ উল্লেখ্য যে ঔষধখিনিৰ ম্যাদ ২০১৮ বৰ্ষৰ ১৮ ছেপ্টেম্বৰতে উকলি গৈছিল৷ ঘটনাটোত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

Your Comments