হাজোৰ পৰা কমলাকান্ত দাস
তীৰ্থ নগৰী হাজোৰ হিৰাপাৰাত প্ৰায় ত্ৰিশটা পৰিয়ালে ভোগালীৰ বাবে সাজু কৰি উলিয়াইছে মাটিৰ পাটচৰু, লুৰ্কি, কটা আদি প্ৰয়োজনীয় সামগ্ৰীসমূহ । এই ভোগালীৰ সময়তে দুপইছা উপাৰ্জনৰ চেষ্টা কৰিছে মৃৎশিল্পীসকলে। কিন্তু এই মৃৎশিল্পীসকলৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয়।
- Log in to post comments
- 16 views