সোণাৰিৰ পৰা ঘন বৰা
অসম বন্ধত সোণাৰিত বন্ধৰ সমৰ্থক আৰু জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীৰ মাজত সংঘটিত হয় খণ্ডযুদ্ধ৷ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে টাইব্ৰেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা অসম বন্ধত দোকান-পোহাৰ বন্ধ কৰিবলৈ আহি টাই আহোম যুৱ পৰিষদ, আটাছু, আহোম সেনাৰ নেতা-কৰ্মীৰে সংঘাত হয় বন্ধ সমৰ্থকৰ৷ আৰক্ষীয়ে আটক কৰে দুই বন্ধ সমৰ্থকক।
- Log in to post comments
- 40 views