গোলাঘাটত পুনৰ সৰৱ ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠন

গোলাঘাটত পুনৰ সৰৱ ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠন

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু গোলাঘাটৰ সচেতন মহলে জোঁৰ সমদলেৰে গোলাঘাট চহৰৰ ৰাজপথত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।

প্ৰায় দুশৰো অধিক লোকে ৰাজপথলৈ ওলাই আহি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে জাতিধ্বংসী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে ।

অন্যথা আগন্তুক দিনত আন্দোলনৰ কাৰ্যসূচীৰে এই প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে ।

Your Comments