নামৰূপৰ পৰা সমীৰণ বৰুৱা
আজি নামৰূপ থানা প্ৰাঙ্গণত এখনি শান্তি সমিতি গঠন হয় ৷ সভাত উপস্থিত থাকে নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঈশ্বৰ সিং আৰু নামৰূপ গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ লগতে অন্যান্য জাতীয় সংগঠনৰ সভাপতিসকল উপস্থিত থাকে ৷ আগন্তুক দিনত নামৰূপত যাতে কোনো দুষ্কাৰ্য সংঘতিত নহয় তাৰ ওপৰত আলোচনা কৰা আৰু ধলাত সংঘটিত ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে ১ মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ৷
- Log in to post comments
- 38 views