কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
পুৰণিগুদামৰ অসম হাটৰ সন্মুখত এটা বৰকাছ উদ্ধাৰ হয় ৷
পিছত কাছটো ধৰি নি ওচৰৰ কলং সুঁতিত এৰি দিয়া হয় ।
পুৰণিগুদাম শাখা সাহিত্য সভাৰ সম্পাদক দ্বীজেন্দ্ৰ মোহন শইকীয়া, সাংবাদিক প্ৰমোদ শৰ্মা, দুলাল বৰা, অসম হাটৰ পৰিচালক পিংকু বৰুৱাৰ লগতে বহুকেইজন স্থানীয় লোক এৰি দিয়াৰ সময়ত উপস্থিত থাকে ।
- Log in to post comments
- 71 views