জামুগুৰিহাটৰ বিভিন্ন স্থানত লক্ষ্মীপূজা উদ্‌যাপন

জামুগুৰিহাটৰ বিভিন্ন স্থানত লক্ষ্মীপূজা উদ্‌যাপন

জমুগুৰিহাটৰ পৰা প্ৰণৱ জ্যোতি ভট্টাচাৰ্য

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মীপূজা ৷ মা লক্ষ্মীক পুঁজিবলৈ ৰাজ্যৰ লগতে নদুৱাৰতো ব্যাপক প্ৰস্তুতি ৷

জামুগুৰিহাটৰ বিভিন্ন স্থানত লক্ষ্মীপূজা উদ্‌যাপন

দুৰ্গোৎসৱৰ পিছত লক্ষ্মীপূজাক লৈ জামুগুৰিহাট, ধলাইবিল, টুপিয়া, কুসুমটোলা, নাগশংকৰ আদি ঠাইত ব্যাপক উৎসাহ দেখা পোৱা গৈছে ৷

জামুগুৰিহাটৰ বিভিন্ন স্থানত লক্ষ্মীপূজা উদ্‌যাপন

বজাৰসমূহত আজি দিনৰ ভাগত পূজাত ব্যৱহাৰ হোৱা ধানৰ মুঠি, পদুমফুল, মাটিৰ চাকি, ফুলৰ মালাৰ লগতে পূজাত লগা সকলোখিনি বস্তু ৰাইজক বিক্ৰী কৰিবৰ বাবে ব্যবসায়ীসকল ব্যস্ত হোৱা দেখা পোৱা গ’ল ৷

জামুগুৰিহাটৰ বিভিন্ন স্থানত লক্ষ্মীপূজা উদ্‌যাপন

একেদৰে ঘৰবিলাকতো আইমাতৃসকলে ব্যাপক প্ৰস্তুতিৰে লক্ষ্মীপূজা অনুষ্ঠিত কৰে ৷

Your Comments