মাণিকপুৰত বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চি পি আই এমৰ প্ৰতিবাদী সমদল

মাণিকপুৰত বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চি পি আই এমৰ প্ৰতিবাদী সমদল

আজি দুপৰীয়া বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাণিকপুৰ বজাৰগৃহত ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)ৰ মাণিকপুৰ আঞ্চলিক কমিটীৰ উদ্যোগত এক প্ৰতিবাদ সাব্যস্ত কৰে ।

মাণিকপুৰত বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চি পি আই এমৰ প্ৰতিবাদী সমদল

বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পিছত আবেলি প্ৰতিবাদী সমদল উলিয়াই মাণিকপুৰ ব্লকত উপস্থিত হয় । মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে ১০টাকৈ দাবীসম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।

মাণিকপুৰত বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চি পি আই এমৰ প্ৰতিবাদী সমদল

দাবীসমূহ ক্ৰমে পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, কৃষি ঋণ ৰেহাই দিয়া, নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰি ডি-ভোটাৰ সমস্যা দূৰ কৰা, জৰীপ নহোৱাকৈ মাটিৰ বৰ্ধিত খাজনা, বিদ্যুৎ মাচুল হ্ৰাস কৰা, জবকাৰ্ডপ্ৰাপ্ত শ্ৰমিকক ১০০ দিনৰ কাম নিশ্চিত কৰি ৩০০ টকা মজুৰি দিয়া,

মাণিকপুৰত বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চি পি আই এমৰ প্ৰতিবাদী সমদল

দুৰ্নীতি-ছিণ্ডিকেট বন্ধ কৰা, সাম্প্ৰদায়িকতা, নাৰী নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা, কল-কাৰখানা খোলাৰ ব্যৱস্থা কৰি নিৱনুৱা সমস্যা সমাধান কৰা, বানপানী আৰু গৰাখহনীয়া ৷

Your Comments