গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
হঠাৎ আজি পুৱা প্ৰায় ৮-৩০ বজাত অহা এজাক ঘূৰ্ণী বতাহে বিধ্বস্ত কৰি থৈ যায় গোলাঘাটৰ ঢেকীয়াল অঞ্চলৰ হালোৱা হাবিয়াল গাওঁ ।
জানিব পৰা মতে, হঠাৎ অহা বা-মাৰলিয়ে কেৱল এই দুয়োখন গাঁৱতে ক্ষতি সাধন কৰে ।
গাঁও দুখনৰ প্ৰায়বোৰ ঘৰ-দুৱাৰ, খেতিপথাৰৰ অনিষ্ট হোৱাৰ লগতে গছ-গছনি উভালি এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে ৷
অৱশ্যে বৰ্তমানলৈকে কোনো মানুহ বা জীৱ-জন্তুৰ ক্ষতিৰ খবৰ লাভ কৰা নাই ।
- Log in to post comments
- 13 views