চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত নিষিদ্ধ ড্ৰাগছ ঘাটিত আৰক্ষীৰ অভিযান চলে । চাহ জনজাতী ছাত্র, আদিবাসী ছাত্র সন্থা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ নামতোলা আঞ্চলিকৰ খবৰৰ ভিত্তিত আৰক্ষীৰ এই অভিযান । এই পৰ্যন্ত উদ্ধাৰ ২ গ্ৰাম ব্ৰাউন চুগাৰ, বুজন পৰিমানৰ অচল নোটৰ ওপৰিও বৰ্তমানৰ প্ৰচলিত মুদ্ৰা আৰু বিভিন্ন নিচাজাতীয় সামগ্ৰী । বৰ্তমানেও আৰক্ষীৰ অভিযান অব্যাহত ।
- Log in to post comments
- 8 views