শিৱসাগৰ জিলা আয়ুক্ত হিচাপে দায়িত্বগ্ৰহণ দশম শ্ৰেণীৰ ছাত্ৰৰ

 A

 


নিউজ ডেস্ক:
শিৱসাগৰ জিলা আয়ুক্ত হিচাপে দায়িত্বগ্ৰহণ দশম শ্ৰেণীৰ ছাত্ৰৰ। এদিনৰ বাবে অসম চৰকাৰৰ ‘আৰোহণ’ আঁচনিৰ অধীনত  DC হ’ল ভ্যগদ্বীপ ৰাজগড়।উল্লেখ্য যে,ভাগ্যদ্বীপ ৰাজগড় মহখুটি চাহ বাগিচাৰ বাসিন্দা তথা  ডিমৌৰ বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ।

Your Comments

Related Articles