গছত খুন্দিয়াই দুৰ্ঘটনাত পতিত তীব্ৰবেগী বাছ

 A


নিউজ ডেস্ক:

বিলাসীপাৰাৰ চাপৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গছত খুন্দিয়াই বাগৰি পৰে এখন আল্ট্ৰা বাছ। 
দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে  শিশু-মহিলাসহ আহত হয় ৪০ জনকৈ বাছযাত্ৰী। চিকিৎসাধীন অৱস্থাত নিহত লোকজন ধুবুৰীৰ আব্দুলমালিক শ্বেখ।
উল্লেখ্য যে ,ধুবুৰী-বৰপেটা অভিমুখী আছিল  AS 25B 1860 নম্বৰৰ বাছখন।

Your Comments

Related Articles