ভূপেন হাজৰিকা সেতুৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা

 A

 

নিউজ ডেস্ক:

 

 

ভূপেন হাজৰিকা সেতুৰ সমীপত সংঘটিত  হয় এক ভয়ংকৰ দুৰ্ঘটনা। ছুইফট আৰু ডাম্পাৰৰ সংঘৰ্ষত থিতাতে নিহত হয়  ২ ছুইফট আৰোহী।

 নিহত দুই যুৱক ক্ৰমে চৰাইদেউৰ সুকল্যাণ বৰুৱা আৰু ৰিপুঞ্জয় ফুকন বুলি জানিব পৰা গৈছে ৷

 আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা অজন্ত বৰুৱা আৰু ৰিপুণ সোণোৱালক ডিব্ৰুগড়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

Your Comments

Related Articles