২২ জুনৰ পৰা কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা

 A


নিউজ ডেস্ক:

২২ জুনৰ পৰা কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা ৷২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডত  প্ৰবৃত্তি হোৱাৰ বিপৰীতে  নিবৃত্তি হ’ব ২৬ জুনত। ২৬ জুনৰ পুৱাৰ নিত্য পূজাৰ পিছত খোলা হ’ব শক্তিপীঠ কামাখ্য ধামৰ দুৱাৰ।উল্লেখ্য যে,মেলাৰ সময়ত নিশা ৯ বজাৰ পিছত কামাখ্যাত ভক্তৰ প্ৰৱেশত বাধা প্ৰদান কৰিছে  প্ৰশাসনে।পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ কামাখ্যাত প্ৰৱেশ কৰিব পাৰিব ভক্তই।

Your Comments

Related Articles