জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা
নগাঁও জিলাৰ জুৰীয়াৰ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত চিকিৎসক ডাঃ হবিবুৰ ৰহমানৰ পৰলোকপ্ৰাপ্তি ঘটে ৷
পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্হাত ৭৬ বছৰ বয়সত মৃত্যু হয় চিকিৎসকগৰাকীৰ ৷
তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ পৰে ৷
- Log in to post comments
- 24 views