সংসদীয় কমিটিৰ সদস্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজ্যিক বিজেপিৰ সম্বৰ্ধনা

A

নিউজ ডেস্ক:

কেন্দ্ৰীয় সংসদীয় কমিটিত অন্তৰ্ভুক্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজ্যিক বিজেপিৰ সম্বৰ্ধনা।মাছখোৱা সাংস্কৃতিক প্ৰকল্পত আজি সম্বৰ্ধনা জনোৱা হয় সোণোৱালক।উল্লেখ্য যে কেন্দ্ৰীয় সংসদীয় সমিতিত অন্তৰ্ভুক্ত হৈ প্ৰথমবাৰ অসমলৈ আহিছে সোণোৱাল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সভাপতি ভৱেশ কলিতা প্ৰমুখ্যে ৰাজ্যিক বিজেপিৰ নেতা কর্মীসকল উপস্থিত থাকে সম্বৰ্ধনা অনুষ্ঠানত।তাৎপৰ্যপূৰ্ণ কথা এই যে দেওবাৰে অসমত উপস্থিত হৈছিল সোণোৱাল ৷

Your Comments