নুনমাটি তেল শোধানাগাৰৰ মহা প্ৰৱন্ধকক গ্ৰেপ্তাৰ

B

 

নিউজ ডেস্ক:

গুৱাহাটীৰ নুনমাটি তেল শোধানাগাৰৰ মহা প্ৰৱন্ধকক গ্ৰেপ্তাৰ।বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ নুনমাটি আৰক্ষীৰ।
উল্লেখ্য যে চাকৰি আৰু ঠিকা দিয়াৰ প্ৰলোভনেৰে ধন লুটৰ গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ মহা প্ৰৱন্ধক গৰাকীক।মহিলাৰ নামত ধৃত প্ৰৱন্ধক জনে চলাই আহিছিল এটা ই- মেইল।অভিযোগ মতে উক্ত মেইলৰ জৰিয়তে দুৰ্নীতি ভ্ৰষ্টাচাৰ চলাই আহিছিল প্ৰৱন্ধকজনে।বৰ্তমান নুনমাটি আৰক্ষীৰ জিম্মাত আছে প্ৰৱন্ধক গৰাকী।

Your Comments