
নিউজ ডেস্ক:
সোমবাৰে ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা কম্পাৰমেন্ট পৰীক্ষাৰ ফলাফল।পুৱা ১০ বজাত ঘোষণা কৰিব ফলাফল।ছেবা ৱেবছাইটত উপলব্ধ হ'ব ফলাফল।sebaonline.orgত উপলব্ধ হ'ব পৰীক্ষাৰ ফলাফল।ইয়াৰ উপৰিও ৰিজাল্ট মোবাইল এ'পৰ জৰিয়তে চাব পাৰিব ফলাফল।
উল্লেখ্য যে চলিত বর্ষত যিসকল ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা নাছিল সেইসকলৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা।
- Log in to post comments
- 6 views