বিধায়ক অখিল গগৈৰ মাতৃক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি

A

নিউজ ডেস্ক:

শিৱসাগৰৰ বিধায়ক অখিল গগৈ মাতৃ গুৰুতৰভাৱে অসুস্থ।উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্রান্ত প্ৰিয়দা গগৈক ভৰ্তি কৰা হৈছে আই চি ইউত।আজি পুৱাৰ ভাগত ভৰ্তি কৰা হয় মাতৃ গৰাকীক।শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন মাতৃ গৰাকী।
ইফালে মাতৃ গৰাকীৰ বৰ্তমান স্বাস্থ্য ভালে থকা বুলি জানিব দিছে চিকিৎসকে।চিকিৎসালয় খনৰ জ্যেষ্ঠ চিকিৎসকে নিৰীক্ষণত ৰাখিছে গগৈৰ মাতৃক।

Your Comments