গুৱাহাটীত পেট্ৰলৰ মূল্য হ'লগৈ ৮৫.০৫ টকা, ডিজেলৰ ৭৭.৩৫ টকা

িৌ

সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধাই আজিও বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । গুৱাহাটীত আজি পেট্ৰ'লৰ মূল্য ৮৫.০৫ টকালৈ বৃদ্ধি হোৱাৰ লগতে ডিজেলৰ মূল্য হ'লগৈ ৭৭.৩৫ টকা । প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম আজি গুৱাহাটীত বৃদ্ধি পালে ১৭ পইচাকৈ । তাৰ বিপৰীতে ডিজেলৰ মূল্য বৃদ্ধি পালে ১১পইচা কৈ ।

Your Comments