হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ উত্তীৰ্ণৰ হাৰ পঢ়ক

A

নিউজ ডেস্ক:

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা।পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৬.৪৯শতাংশ। উল্লেখ্য যে  হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৪০৫৫৮২গৰাকী।তাৰ ভিতৰত ছাত্ৰৰ সংখ্যা ১৮৮৫৭০জন, ছাত্ৰীৰ সংখ্যা ২১৭০১২গৰাকী। গুৰুত্বপূৰ্ণ কথা এই যে ,ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ  ৫৮.৮০শতাংশ হোৱাৰ  বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ  ৫৪.৪৯শতাংশ।

Your Comments