হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত ৩য় স্থান দখল কৰিছে ইৰছাদ উল্লাহে

A

নিউজ ডেস্ক:

 

হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত ৩য় স্থান দখল কৰিছে ইৰছাদ উল্লাহে। কলিয়াবৰৰ বৰঘুলি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ইৰছাদ উল্লাহে বৰঘুলি হাইমাদ্ৰাছা বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন ইৰছাদ উল্লাহৰ।

Your Comments