
নিউজ ডেস্ক:
অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান এল.আৰ বিষ্ণইক মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি।অসম আৰক্ষীৰ দক্ষ বিষয়া গৰাকী ১৯৯১বেট্চৰ আই পি এছ বিষয়া।
উল্লেখ্য যে অসম আৰক্ষীত এক দীঘলীয়া সময় সেৱা আগবঢ়াইছিল ভাৰতীয় পুলিচ সেৱা বিষয়া গৰাকীয়ে।
তাৎপৰ্যপূৰ্ণ কথা এই যে অসম আৰক্ষীৰ নিযুক্তি পৰিষদৰ দায়িত্বত আছিল বিষ্ণই।
- Log in to post comments
- 6 views