প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগত স্বচ্ছতা সম্পৰ্কত মত বিনিময় কৰে ।
এই মত বিনিময় অনুষ্ঠানটো দূৰদৰ্শনযোগে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰে ।
ৰঙিয়াৰ পৌৰসভাত এই পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানটিত সকলোৰে লগত একেলগে বহি মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতা আৰু মঙলদৈৰ সাংসদ ৰমেন ডেকাই উপভোগ কৰে ।
- Log in to post comments
- 4 views