কাৰ্বি আংলং জিলাৰ লাংহিনত আজিৰে পৰা একাদশ অনুৰ্ধ্ব-১৭ সদৌ অসম আন্তঃজিলা ছোৱালী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবৰ বাবে ১৮ জনীয়া নগাঁও দলটো ঘোষণা কৰা হৈছে ৷ ঘোষণা কৰা দলটো হৈছে-সুস্মিতা দেউৰী, গীতালি টেৰণপি, ডিম্পী মছৰং, নিতুমণি ডেকা, মণীষা পাটৰ, নীলাক্ষি মছৰং, ধৰিত্ৰী টেৰণপি, গীতাঞ্জলি মান্তা, নিহাশ্ৰী ডেকা, ছিলভিয়া কোঁৱৰ, জান্তি সেনাপতি, চয়নিকা ডেকা, বন্দনা ৰাভা, মমিতা ৰংপিপী, চয়নিকা দেবী, নয়নিকা ডেকা , ষ্মৃতিৰেখা কোঁৱৰ আৰু লুকু দত্ত (গ'লৰক্ষক) ৷ দলটিত মেনেজাৰৰূপে পাপৰি বৰদলৈ আৰু প্ৰশিক্ষকৰূপে প্ৰণৱ বৰদলৈ থাকিব ৷
- Log in to post comments
- 9 views