দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃৰ বিয়োগ

Pic

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃৰ দেহাৱসান।শুকুৰবাৰে পুৱা নতুন দিল্লীত শেষনিশ্বাস ত্যাগ কৰে মাতৃ শান্তি গগৈয়ে।

উল্লেখ যে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কেশৱ চন্দ্ৰ গগৈৰ সহধৰ্মিনী আছিল শান্তি গগৈ।

Pic

গুৰুত্বপূৰ্ণ যে প্ৰয়াত শান্তি গগৈ আছিল এগৰাকী সমাজসেৱিকা।সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্যা হোৱাৰ লগতে ডিব্ৰুগড় শাখাৰ সভাপতি আছিল।
গগৈৰ বিয়োগত আত্মীয়-স্বজন আৰু  গুণমুগ্ধসকলৰ মাজত শোকৰ ছাঁ পৰিছে।

Your Comments