বিয়লি ৩ বজালৈ কামৰূপ(ম)জিলাত ভোটাদানৰ হাৰ ৬০.০৫ শতাংশ:কোন সমষ্টিত কিমান জানি লওঁক

Pic

কামৰূপ মহানগৰীৰ চাৰিটা বিধানসভা সমষ্টিত পূৰ্ণ গতিত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি বিয়লি ৩ বজালৈ ৬০.০৫ শতাংশ ভোটদান সম্পন্ন হৈছে সমষ্টি চাৰিটাত।

Pic

দিছপুৰ সমষ্টিত ৫৯ শতাংশ,পূব গুৱাহাটীত ৫৫ শতাংশ,পশ্চিম গুৱাহাটীত ৬৪ শতাংশ আৰু জালুকবাৰী সমষ্টিত ৬৪ শতাংশ ভোটদান সম্পন্ন হৈছে।

Your Comments