'এবিভিপি'ৰ হেণ্ড ছেনিটাইজাৰ বিতৰণ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰভাগ শাখাৰ তৰফৰ পৰা স্থানীয় জনপ্ৰতিনিধি,বেংক বিষয়া,আশা কৰ্মী আৰু গাওঁৰ কিছু মুখিয়ালৰ খবৰ লোৱাৰ লগতে হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰে৷

Your Comments