নিউজ ডেস্ক :
গুৱাহাটীত পুনৰ ৭গৰাকী লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে তিনিগৰাকী আলু গুদামেৰে সংযুক্ত,তিনিগৰাকী সৰুসজাই কোৱাৰেণ্টাইনত আছিল আৰু এগৰাকী আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তচিকিৎসাধীন অৱস্থাত। জানিব পৰা মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰোগী গৰাকীৰ ইতিমধ্যেই মৃত্যু ঘটিছে। ইয়াকে ধৰি সৰ্বমুঠ ১১৫ গৰাকী হ'ল ৰাজ্যত আক্ৰান্তৰ সংখ্যা।
- Log in to post comments
- 11 views