বৰপেটাৰোডৰ পৰা 'অসম আৰোগ্য নিধি' আৰু 'পি এম কেয়াৰচ ফাণ্ড'লৈ প্ৰায় ১৭ লাখ টকা সাহায্য হিচাপে প্ৰদান

Pic

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

'অসম আৰোগ্য নিধি' আৰু 'পি এম কেয়াৰচ ফাণ্ড'লৈ প্ৰায় ১৭ লাখ টকা সাহায্য হিচাবে বৰপেটাৰোডৰ পৰা প্ৰদান কৰা হয়। বৃহস্পতিবাৰে  স্থানীয়  বিধাায় তথা ৰাজ্যিক  বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ হাতত নগৰখনৰ ভালেমান অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে এই ধনৰাশিৰ চেক্ আৰু ড্ৰাফট্ যোগে জমা দিয়ে৷

** অসম আৰোগ্য নিধি ( AAN) আৰু PM Cares Fundলৈ আগবঢ়োৱাসকল হ'ল-

সামাজিক সংস্থাৰ পৰা
১/  শিমলুগুৰি আঞ্চলিক নামঘৰ== ১১,০০১/ টকা 
২/  মানাস ভেলী একাডেমি ২৫,০০০ টকা (AAN)
২৫, ০০০ টকা ( PM cares)
৩/ বৰপেটাৰোড ৰাস মহোৎসৱ সমিতি ৫০,০০০ টকা(আৰোগ্য নিধি) আৰু  ৫০,০০০ টকা(PMcares)
৪/ খৈৰাবাৰী সৎ সংগ মন্দিৰ ৫০,০০০ টকা
৫/  হনুমান মন্দিৰ ২১,০০০ টকা
৬/  ৰাধাকৃষ্ণ ঠাকুৰবাৰী ২,০১,০০০ টকা (AAN) আৰু ২,০১,০০০ টকা ( PM cares)
৭/ বৰপেটাৰোড গো-শালা সমিতি ২৫,০০০ টকা (AAN) আৰু ২৫,০০০ টকা ( PM cares)
৮/ মাৰোৱাৰী যুৱ মঞ্চ ২১,০০০ টকা (AAN) আৰু ২১,০০০ টকা ( PM cares)
৯/ নিৰ্মল ইণ্ডাষ্ট্ৰী ১,০১,০০০ টকা
১০/ সৰভোগ বোল বোম সমিতি ১০, ৭০১/ টকা 
১১/  বৰপেটা এগ্ৰ’টেক প্ৰাঃ লিঃ ২৫, ০০০ টকা
১২/ টেৰাপন্থ সমাজ ১,৬৪, ৪১১/ টকা (AAN) আৰু ১,০৫, ৬১১ টকা ( PM cares)
১৩/ বৰপেটাৰোড পৌৰ বজাৰ ব্যৱসায় সন্থা 
১৫,০০০ টকা (AAN) আৰু ১০,০০০ টকা ( PM cares)
১৪/ বৰপেটাৰোড শাখা সত্ৰ ৫৫,৫৫৫ টকা(AAN)
১৫/ বাৰাপেটা সিদ্ধেশ্বৰ কীৰ্তন, মন্দিৰ ৫০০০ টকা
১৬/ দক্ষিণ বাৰাপেটা নেপালীবস্তি শ্ৰীশ্ৰী সিদ্ধেশ্বৰ বাবা মন্দিৰ ২০০০ টকা
১৭/ অসম ৰাজ্যিক প্ৰাদেশিকৃত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা, বৰপেটাৰোড সমিতি ৫০০০ টকা
১৮/ বৰপেটাৰোড ৰামকৃষ্ণ চেন্টাৰ ১৫, ০০০ টকা৷

ব্যক্তিগত সকলৰ পৰা
==================
১/ ৰাজেশ ( ৰাজা) সৰকাৰ ৫৯৯৯ টকা (AAN) আৰু ৫৯৯৯ টকা ( PM cares)
২/ সবিতা দেৱনাথ ১০,০০০ টকা (AAN) আৰু ১০,০০০ টকা ( PM cares)
৩/ ফুলেন দাস ৩১০০ টকা (AAN) আৰু ২১০০ টকা ( PM cares)
৪/ বাদল মণ্ডল ১১০০০ টকা
৫/ বুবুল দেউৰী  ৩,০০০ টকা (AAN) আৰু ১,০০০ টকা ( PM cares)
৬/ মনি সাহা ৬০০০ টকা
৭/ সুবৰ্ণা সৰকাৰ ৫০০০ টকা
৮/ চন্দনা সৰকাৰ ১০০০ টকা
৯/ দেৱদাস সৰকাৰ ১০০০০ টকা
১০/ বিজন ৰায় চৌধুৰী ৫৫৫৫ টকা
১১/ সুশ্মিতা ৰায় চৌধুৰী ৫৫৫৫ টকা
১২/ ডাঃ তৰুণ ৰায় চৌধুৰী ২৫০০০ টকা
১৩/ পাৰুল মণ্ডল ৫০০০ টকা
১৪/ দেৱব্ৰত সৰকাৰ ১০০০ টকা
১৫/ সোমা সাহা ১০০০০ টকা
১৬/ ৰীতা তালুকদাৰ দাস ৫০০০ টকা
১৭/ জয়গুৰু ঘোষ ২১০০ টকা
১৮/ বাসুদেৱ ঘোষ ৫,০০০ টকা (AAN) আৰু ৫,০০০ টকা ( PM cares)
১৯/ দিলীপ কুমাৰ সাহা ১০,০০০ টকা (AAN) আৰু ১০,০০০ টকা ( PM cares)
২০/ পবিত্ৰ কুমাৰ সৰকাৰ ৩০৩১ টকা
২১/ নগেন সৰকাৰ ৫০০০ টকা
২২/ গৌতম দাস( MCLA) ২০,০০০ টকা 
২৩/  বিলেশ্বৰ ব্ৰহ্ম ২৫০ টকা
২৪/ বিমল মহন্ত ১০০০ টকা
২৫/ গোপাল চন্দ্ৰ ৰায় ২৫,০০০ টকা
২৬/ জয়দেৱ সাহা ২৫,০০০ টকা
২৭/ জিন্তু দাস ২০,০০০ টকা
২৮/ আনন্দ সাহা ১০,০০০ টকা
২৯/ সনজিৎ সাহা ১০,০০০ টকা ( PM cares)
৩০/ ৰনজিৎ সাহা ২০,০০০ টকা (AAN) আৰু ৫,০০০ টকা ( PM cares)
৩১/ বাদল সাহা ১১,০০০ টকা
৩২/ ৰমেন শৰ্মা ৫,০০০ টকা
৩৩/ দীপা দেৱনাথ ১০০০ টকা
৩৪/ বিকাশ দাস ১০,০০০ টকা (AAN) আৰু ১০,০০০ টকা ( PM cares)
৩৫/ নীলকমল দাস ২০১০ টকা
৩৬/ বিজয় মহেশ্বৰী ৫,০০০ টকা
৩৭/ শ্ৰীধৰ শৰ্মা ৩৩,০০০ টকা ৷
৩৮/ ৰাতুল পাঠক ১০,০০০ টকা (AAN) আৰু ১০,০০০ টকা ( PM HB cares)
৩৯/ বিশ্বজিৎ দাস ১০০০০ টকা ৷
৪০/ সুদ্ৰেশ্বৰ সাহা ২,০০০ টকা।
 

Your Comments