গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

Pic

স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায় ৰাজ্যপাল জগদীশ মুখী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী কেশৱ মহন্তই।

পুৱা ১১.৩৫ বজাত প্ৰধানমন্ত্ৰীগৰাকী বৰঝাৰত উপস্থিত হৈ ইতিমধ্যে ৰাওনা হয় কোকৰাঝাৰৰ বিজয় উৎসৱলৈ।

Your Comments