অসম পৰৱৰ্তী মুখ্য সচিব হ'ব কুমাৰ সঞ্জয় কৃষ্ণ

Pic
অসমৰ পৰৱৰ্তী মুখ্য সচিব হ'ব কুমাৰ সঞ্জয় কৃষ্ণ।ইতিমধ্যে মুখ্য সচিবৰ ফাইলত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে অনুমোদন।উল্লেখ যে অহা ৩১ ডিচেম্বৰত বৰ্তমানৰ মুখ্য সচিব আলোক কুমাৰে অৱসৰ গ্ৰহণ কৰিব।আলোক কুমাৰৰ উত্তৰসূৰী হিচাপে কুমাৰ সঞ্জয় কৃষ্ণই গ্ৰহণ কৰিব দায়িত্ব। উল্লেখ্য যে ১৯৮৫ চনৰ অসম- মেঘালয় কেডাৰৰ আইএএছ বিষয়া কৃষ্ণই বৰ্তমান অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব পালন কৰি আছে।

Your Comments