গোলাঘাটত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ 

Pic

গোলাঘাটৰ প্ৰতিবেদক:

বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল হ'ল পুৱাৰ গোলাঘাটৰ ৰাজপথ। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ গোলাঘাট জিলা শাখাই মধ্যাহ্ন ভোজনৰ পৰা এনজিঅ'ক আতৰ কৰা  আৰু ১৫ বছৰ ধৰি ১ হাজাৰ টকা প্ৰদান কৰি ৰন্ধন কৰ্মীসকলৰ অধিকাৰ হৰণ কৰাৰ প্ৰতিবাদত গোলাঘাটৰ ৰাজপথত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ইউনিয়নৰ সদস্যসকলে।উক্ত সমদলটোত প্ৰায় দুই শতাধিক মহিলাই অংশগ্ৰহণ কৰে।

Your Comments