গুৱাহাটীৰ দুখন ৰেষ্টুৰেণ্টত  খাদ্য সুৰক্ষা বিভাগৰ অভিযান 

লাচিতনগৰস্থিত কস্তুৰী আৰু শিলপুখুৰীস্থিত কুইক-পিক ৰেষ্টুৰেণ্টত চলালে এই অভিযান । অভিযানৰ অন্তত দুয়োখন ৰেষ্টুৰেণ্টক সাত দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ প্রশাসনৰ। ৰেষ্টুৰা দুখনৰ বিৰুদ্ধে গ্ৰাহকৰ অভিযোগৰ পাছত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাইছিল । অভিযানত পোহৰলৈ আহিছিল দুইয়োখন ৰেষ্টুৰাত লেতেৰাকৈ খাদ্য প্ৰস্তুত কৰাৰ দৃশ্য ।

আনহাতে কুইক-পিক ৰেষ্টুৰাত খাদ্যত পইতাচোৰা পোৱাৰো অভিযোগ উত্থাপন হৈছে ।

Your Comments