বন্ধ নহয় বিএছএনএল আৰু এমটিএনএল:পুনৰ উজ্জীৱিতৰণত গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰে

Bsnl

বিএছএনএল আৰু এমটিএনএলৰ কৰ্মচাৰীসকললৈ সকাহ।কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে আৰ্থিক সংকটত থকা ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানী দুটা বন্ধ নহয়।কোম্পানী দুটা বিক্ৰীও কৰা নহয়।কেন্দ্ৰীয় চৰকাৰে কোম্পানী দুটা পুনৰ উজ্জীৱিতৰণতহে গুৰুত্ব আৰোপ কৰিছে।ইয়াৰ বাবে ১৫,০০০ কোটি ধাৰ্য কৰিছে কেন্দ্ৰীয় কেবিনেটে।

Your Comments