ডিব্ৰুগড়ত ৰাজীৱ গান্ধীৰ জন্মদিন উদ্‌যাপন

ডিব্ৰুগড়ত ৰাজীৱ গান্ধীৰ জন্মদিন উদ্‌যাপন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ডিব্ৰুগড়তো দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৪সংখ্যক জন্ম দিৱস পালন কৰা হয় ।


ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু ডিব্ৰুগড় বিধানসভা যুৱ কংগ্ৰেছৰ সহযোগত অনুষ্ঠিত প্ৰয়াত প্ৰধান মন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে আজি যুৱ কংগ্ৰেছীসকলে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Your Comments