এটিএমত ধন লওঁতে সাৱধান:গ্ৰাহকক ফটা, তাপলি মৰা নোট দি এচবিআইৰ হাৰাশাস্তি

mangaldoi

মঙ্গলদৈৰ পৰা উজ্জ্বল জ্যোতি ডেকাৰ প্রতিবেদন :

শুক্ৰবাৰে মঙলদৈ চহৰৰ মাজমজিয়াত অৱস্হিত এচবিআই চৌহদৰ এটা এটিএমত ওলাল কেবাহাজাৰ ফটা-চিটা, জোৰা-তাপলি মৰা ৫০০ টকীয়া নোট। কলাইগাৱৰ এজন অৱসৰী কৰ্মচাৰীয়ে নিজৰ একাউণ্টৰ পৰা ২০ হাজাৰ টকা উলিয়ায় যদিও ইয়াৰে ৩ হাজাৰ টকাহে  ব্যৱহাৰযোগ্য হিচাপে বিবেচিত হয়।

tka বাকী সকলো নোট ফটা। এইলৈ বেংকৰ ওচৰত গ্ৰাহকজনে অভিযোগ কৰে যদিও কোনো সঁহাৰি নিদিলে এচবিআই বেংক কৰ্তৃপক্ষই।

Your Comments