আশা আছে এতিয়াও,আগন্তুক ১৪ দিনত লেণ্ডাৰ 'বিক্ৰম'ৰ সৈতে সম্পৰ্ক স্থাপনৰ প্ৰয়াস অব্যাহত থাকিব-কে শিৱান

isro

নিউজ ডেস্ক:
'চন্দ্ৰযান-২'অভিযান সম্পৰ্কত ইছৰ'ৰ প্ৰমুখ কে শিৱানে গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰিছে।তেওঁ কৈছে যে এতিয়াও আশা শেষ হৈ যোৱা নাই।আগন্তুক ১৪ দিনত লেণ্ডাৰ 'বিক্ৰম'ৰ সৈতে যোগাযোগ স্থাপনৰ প্ৰয়াস অব্যাহত ৰখা হ'ব।তেওঁ এই বুলিও কয় যে 'চন্দ্ৰযান-২' অভিযান ৯৫ শতাংশ সফল হৈছে।

Your Comments