গহপুৰত বানৰ সংহাৰী ৰূপ অব্যাহত:পানীত পৰি যুৱকৰ মৃত্যু 

pintu

গহপুৰৰ পৰা মাধৱ শৰ্মা

গহপুৰত বানৰ সংহাৰী ৰূপ অব্যাহত আছে।গহপুৰ গলচেপাৰ কুঁহিমাৰি গাঁৱৰ এজন যুৱকৰ আজি বাঢ়নী পানীত পৰি সলীল সমাধি ঘটে।মৃত যুৱকজনৰ নাম পিন্টু দাস (১৬)।প্ৰাপ্ত তথ্য মতে আজি পুৱা ৫ বজাত নাৱৰ পৰা সৰি পৰাৰ পিছত  মৃত্যু ঘটে পিন্টু দাসৰ । গহপুৰ কুঁহিমাৰি গাঁওৰ ডিম্বেশ্বৰ দাসৰ পুত্ৰ পিন্টু দাসৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

Your Comments