কামপুৰৰ পৰা জোনটি মাগৰ বৰদলৈ :
কামপুৰত অঘটন।কামপুৰ আৰু চাপৰমুখৰ মাজৰ লাওপানী ৰে'ল ষ্টেচনত দুৰ্ঘটনাত নিহত হয় এজন বি এছ এফ জোৱান।বৃহস্পতিবাৰে চলন্ত ৰে'লৰ পৰা জাপ দিয়াৰ পিছত ৰে'লৰ চেপাত মৃত্যুক সাবটিলে বিএছএফ জোৱানজনে।জোৱানজনৰ ঘৰ কেৰেলাত বুলি চিনাক্ত কৰিছে ৰে'লৱে আৰক্ষীয়ে। কিহৰ বাবে জোৱানজনে ৰে'লৰ পৰা জাপ দি মৃত্যুক সাবটিব লগা হ'ল ,তাৰ তদন্ত ৰে'লৱে আৰক্ষীয়ে কৰি আছে।
- Log in to post comments
- 41 views