দলগাঁৱৰ প্ৰতিবেদক
দৰঙৰ দলগাঁৱৰ বাগিছাকাষ গাঁৱত পুখুৰীৰ পৰা যুৱকৰ মৃতদেহ উদ্ধাৰ ।পুখুৰীটোত বনৰীয়া হাঁহ স্বীকাৰ কৰিবলৈ গৈ বন্ধুৰ সৈতে নামিছিল যুৱকজন | যুৱকজন বাগিছাকাষ গাঁৱৰ জাকিৰ হুছেইন (৩১) বুলি চিনাক্ত হৈছে। দুটি সন্তানৰ পিতৃ জাকিৰ হুছেইনৰ মৃত্যুৰ বাতৰিত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
- Log in to post comments
- 24 views