গোলাঘাট :
শনিবাৰে তেলগৰম অঞ্চলত মহম্মদ ৰহমান নামৰ এজন লোকৰ পৰা গোলাঘাট আৰক্ষীয়ে প্ৰায় ৫৫ লাখ মূল্যৰ ১০ খনকৈ সোণৰ বিস্কুট জব্দ কৰে। জানিব পৰা মতে মনিপুৰৰ মৰে ' ৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি এখন বাছৰ পৰা সোণ খিনি জব্দ কৰিবলৈ সক্ষম হ'য় আৰক্ষী।
উল্লেখ্য যে মনিপুৰৰ এই ধৃত লোকজন চি আৰ পি এফ চাকৰি কৰিছিল যদিও স্বেচ্ছামূলকভাৱে চাকৰিৰ পৰা অৱসৰ লৈছিল।
- Log in to post comments
- 5 views