ভৱানীপুৰৰ পৰা বুবু কলিতাৰ প্রতিবেদন:
বিগত কিছুদিন ধৰি হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ৪১নং ভৱানীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰৰ মাজেৰে বৈ যোৱা পহুমাৰা নদীৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ অৰ্ধ শতাধিক শতাধিক গাওঁ প্লাবিত কৰিছে। বজালীৰ ভৱানীপুৰৰ নকূছী , মাধপুৰ , কহৰাপথাৰ , কুৰোবাহা অাদি বহুসংখ্যক গাওঁ বৰ্তমান পানীত বুৰ গৈছে । যিকোনা মূহুৰ্ততে ভৱানীপুৰ অাৰু মাধপুৰ সংযোগী কাঠৰ দলংখনো উটুৱাই নিয়াৰ শংকাত ভুগিছে অঞ্চলবাসী।
- Log in to post comments
- 7 views