গোৰেশ্বৰত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু

gores

গোৰেশ্বৰৰ  প্রতিবেদক :

আজি বাক্সাৰ গোৰেশ্বৰত বিদ্যুৎস্পৃষ্ট হৈ খেতিপথাৰতে কৃষকৰ মৃত্যু হয়।
গোৰেশ্বৰৰ মিলনগৰত সোমবাৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱতি লব লগা হয় কৃষক জনে।মৃত লোকজন গোৰেশ্বৰ থানাৰ অন্তৰ্গত বৰফুলচকী গাঁৱৰ চেচাপাৰ চুবুৰীৰ তপন ডেকা(৩৪)বুলি জানিব পৰা গৈছে। উল্লেখ্য যে
খেতিপথাৰত কাম কৰি থাকোতে বিদ্যুৎ পৰিবাহি তাৰত লাগি মৃত্যু হয় লোকজনৰ।

Your Comments