আজি ধোনীৰ ওপজা দিন

dhoni

নিউজ ডেস্ক :

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আজি ওপজা দিন।১৯৮১ চনৰ ৭জুলাইত অবিভক্ত বিহাৰৰ ৰাচিত জন্ম গ্ৰহণ কৰা ক্ৰিকেটাৰ গৰাকীয়ে আজি প্ৰৱেশ কৰে ৩৮ সংখ্যক বৰ্ষত। বৰ্তমান বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ব্যস্ত থকা মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে ভাৰতীয় দলে জয়লাভ কৰিছিল আইচিচিৰ তিনিখনকৈ বৃহৎ প্ৰতিযোগিতাত।

Your Comments