লংকাত ৰাইজে আটক কৰিলে দুটা প্ৰৱঞ্চকক 

lng

লংকাৰ পৰা মনোজ কুমাৰ পাঠক


লংকাৰ জয়ৰাম বস্তিৰ ১০ নম্বৰ ৱাৰ্ডৰ বুলণ্ড বেনাৰ্জীৰ ঘৰত সোণ পৰিষ্কাৰ কৰি লুট কৰাৰ প্ৰচেষ্টা কৰোতেই ৰাইজে লপা-থপা দি আটক কৰে দুই প্ৰৱঞ্চকক। আটকাধীন প্ৰৱঞ্চক দুটাৰ নাম ক্ৰমে চন্দ্ৰশেখৰ শ্বাহ আৰু সন্তোষ শ্বাহ | ঘৰ বিহাৰত | পিছত ৰাইজে দুই প্ৰৱঞ্চকক আটক কৰি গতাই দিয়ে লংকা আৰক্ষীক | আৰক্ষীয়ে প্ৰৱঞ্চক দুটাৰ পৰা দুটা বেগ, কিছু পাউদাৰ জাতীয় সামগ্ৰী আৰু আই কাৰ্ড উদ্ধাৰ কৰে | বৰ্তমান লংকা আৰক্ষীৰ জিম্মাত দুই প্ৰৱঞ্চক |

Your Comments